কলিয়াবৰ জিলা কংগ্ৰেছৰ উদ‍্যোগত শণিবাৰে জখলাবন্ধা বাণিজ‍্যিক এলেকাত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ

কলিয়াবৰ জিলা কংগ্ৰেছৰ উদ‍্যোগত শণিবাৰে জখলাবন্ধা বাণিজ‍্যিক এলেকাত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ
News Nation Digital 24X7
কলিয়াবৰত সাংসদ গৌৰৱ গগৈৰ উদ‍্যোগত কলিয়াবৰ কংগ্ৰেছৰ জখলাবন্ধাৰ চফাই কৰ্মী, ৰিক্সা, ঠেলা চালক আৰু দৰিদ্ৰ লোকক মাস্ক আৰু চেনিটাইজাৰ বিতৰণ।

কলায়াবৰ জিলা কংগ্ৰেছৰ বিষয়-ববীয়া তথা সদস‍্যৰ উপস্থিতিত জখলাবন্ধাৰ পৰা কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত কলিয়াবৰ বিধান সভা সমষ্টিত আজিৰে পৰা এই বিতৰণ কাৰ্য‍্যসূচী শুভাৰম্ভণী কৰা হয়।

Post a Comment

Previous Post Next Post