মুকালমুৱাত অন্ধবিশ্বাসত পৰি এচামে ঘটালে পালঘৰ সদৃশ ঘটনা
এইখন সভ্য সমাজক আকৌ লজ্জিত কৰিলে সমাজৰ কিছু মুখাধাৰী শিক্ষিত লোকে । মুকালমুৱাৰ বৰতলা গাঁওত গাওঁখনৰে এগৰাকী যুৱতীক ঔষধ কৰাৰ ভুৱা অভিযোগত হিৰন্য শৰ্মা নামৰ যুৱক এজনক গৰু বন্ধা ৰচিৰে বান্ধি চৰমভাবে অত্যাচাৰ কৰি পিঠি ফালি দিয়াৰ লগতে সামাজিক ভাবে অপদস্ত কৰে যুৱক জনক ।