অভয়াপুৰীৰ কচুদোলাত ডাঙৰ অঘটন
অভয়াপুৰীৰ কচুদোলাত অঘটন ৷ ব্ৰহ্মপুত্ৰত মাছ মাৰিব গৈ এজন যুৱকৰ সলিল সমাধি ঘটে ৷ তিনি বন্ধুৰ সৈতে সনত দাস নামৰ যুৱকজন মাছ মাৰি থকাৰ সময়ত পানীত পৰি মৃত্যু হয় ৷ সনত দাস পানীত পৰাৰ লগে লগে তিনি বন্ধু ৰামনাথ দাস, শ্যামচৰন দাস আৰু চাবলু দাস নামৰ তিনি যুৱক ঘটনাস্থলিৰ কৰা পলায়ন কৰে ৷ আৰক্ষীৰ সহায়ত স্থানিয় ৰাইজে সনত দাসৰ মৃতদেহ ব্ৰহ্মপুত্ৰৰ পৰা উদ্ধাৰ কৰি মৰনোন্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ ইপিনে মৃত সনত দাসৰ ভাতৃয়ে মনোজ দাসে অভিযোগ কৰা মতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড৷ যোগীঘোপাৰ কোচুডোলাৰ নিশিৰাম দাসৰ পুত্ৰ সনত দাসৰ অকাল মৃত্যুত অঞ্চলটোতশোকৰ ছা পৰিছে।