মৰিগাঁও কালিকা জাৰিত শিশু সলিল সমাধি
বুধবাৰে আবেলি মৰিগাঁও জিলা মিকিৰভেটা থানা অন্তৰ্গত মধ্য কালিকাজাৰি গাঁও চহিদুল ইছলাম কনিষ্ঠ সন্তান আৰিফ ৰাব্বানি (১.৩) পানীত পৰি মৃত্যুক সাবতি লয়।জানিবঁ পৰা মতে বানপানীয়ে অঞ্চলটোত সকলো ঠাইতে ভৰি থকা সময়তে বুধবাৰে আবেলি শিশুটিয়ে বায়েকৰ লগত খেলি থাকোতে হথাতে ঘৰৰে ওছৰত দ' পানীত শিশুটি পৰি যায়। আৰু বায়েকে চিঞৰাত পৰিয়ালৰ লোক আহি শিশুটিক উদ্ধাৰ কৰে যদিও তেতিয়ালৈ শিশুটি মৃত্যু হয়।পৰবৰ্ত্তী সময়ত আৰক্ষীক এই বিষয়ে অবগত কৰাত আৰক্ষী উপষ্ঠিত হৈ শিশুটি মৰনোত্তৰ পৰীক্ষা বাবে লৈ যায়

Tags
অসমীয়া বাতৰি