লুপ্ত প্রায় হবলৈ ধৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱে সৃষ্টি কৰা এক শিল্প ওজাপালি নৃত্য
লুপ্ত প্রায় হবলৈ ধৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱে সৃষ্টি কৰা এক শিল্প ওজাপালি নৃত্য।
এই লুপ্ত প্রায় হব খোজা শিল্প বিধক এতিয়াও নৱ প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ প্ৰয়াস কৰিছে কলিয়াবৰৰ পূবথৰীয়া গাঁওৰ ললিত বৰাই।।।
1995 চনৰে পৰা এই ওজাপালি নৃত্যৰ লগত জড়িত আছিল ললিত বৰা।।।
বিভিন্ন অঞ্চলত তেওঁ এই নৃত্য প্ৰদৰ্শন কৰি ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে।।।।
বৰ্তমান নৱপ্ৰজন্মৰ মাজত গুৰু জনাৰ সৃষ্টি এই নৃত্য ভাগত লৈ যাবলৈ চেষ্টা কৰিছে ললিত বৰা আৰু তেওঁৰ সতীৰ্থই।।।

Tags
অসমীয়া বাতৰি