চিৰাং জিলাৰ পাণবাৰীৰ ২নং গৰাইমাৰী ডকাইতি কাণ্ড

 চিৰাং জিলাৰ পাণবাৰীৰ ২নং গৰাইমাৰী ডকাইতি কাণ্ড
👉আহেব আলীৰ পৰিয়ালৰ ৭ গৰাকী লোকক চোকা অস্ত্ৰৰে হানি খুচি হত্যাৰ চেষ্টাঃ
👉বন মাফিয়া ৰফিকুল আলীৰ নেতৃত্বত এই ডকাইতি কাণ্ডঃ
👉যোৱা কালি ৰাতিপুৱা ১০ বজাত সংঘটিত হৈছিল ভয়াবহ ডকাইতি কাণ্ডঃ
👉গুৰুত্বৰ বাবে আহত সকলোক বৰপেটা FAAMCH ত চিকিৎসাধীন হৈ আছে ।
News Nation Digital 24X7


চিৰাং জিলাৰ পানবাৰী আৰক্ষী থানৰ অন্তৰ্গত ২ নং গৰাইমাৰী গাওঁত বন মাফিয়া, ডকাইত, অবৈধ কাঠৰ চোৰাং বেপাৰী ৰফিকুল আলীয়ে  গুণ্ডা বাহিনী লগত লৈ যোৱা কালি ৰাতিপুৱা ১০ বজাত গাওঁৰে আহেব আলীৰ ঘৰত বলপূৰ্বক প্ৰৱেশ কৰি পৰিয়ালৰ সকলো সদস্যক দা, ৰোড , আৰু চোকা অস্ৰৰে হানি খুচি হত্যাৰ চেষ্টা কৰি  সা সম্পত্তি লুটি নিয়াৰ অভিযোগ উত্থাপিত হৈছে। মাটি বাৰী লৈ পূৰ্বৰ পৰা কাজিয়া চলি আছিল। উল্লেখ্য যে বন মাফিয়া, ডকাইত ৰফিকুল আলীয়ে এনে কাণ্ড পূৰ্বে বহুত বাৰ সংঘটিত কৰি গাওঁ খনত আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে। অতিসোনকালে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিবলৈ দাবী জনাইছে অঞ্চলস্থ ৰাইজে ।

Post a Comment

Previous Post Next Post