বাক্সাৰ মাজ্ৰাবাৰীত চৰকাৰী সাহায্য প্ৰদানৰ নামত দুৰ্নীতি

বাক্সাৰ  মাজ্ৰাবাৰীত চৰকাৰী সাহায্য প্ৰদানৰ নামত দুৰ্নীতি
News Nation Digital 24X7

ভয়াবহ কৰোনা ভাইৰাচৰ দৰে মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে দেশত লকডাউন বলবত হোৱাৰ  মাজতে চৰকাৰে ঘোষনা কৰা ৰেচন কাৰ্ড নথকা সকলো দুখিয়া  পৰিয়ালক পাচ কিলো চাউল আৰু এহাজাৰ টকাকৈ  মোকলাই দিয়াৰ পিছতো প্ৰকৃত হিতাধিকাৰিয়ে নোপোৱাৰ অভিযোগ । এই অভিযোগ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত মাজ্ৰাবাৰী  অঞ্চলৰ ৰেচন কাৰ্ড নথকা প্ৰকৃত পৰিয়াল সকলৰ । লগতে পাচ কিলো চাউল আৰু এহাজাৰ টকা স্থানীয় কিছু দালালৰ কাৰনে প্ৰকৃত হিতাধিকাৰীৰ বিপৰীতে ৰেচন কাৰ্ড থকা পৰিয়ালে পোৱা বুলিও কয় ।।

Post a Comment

Previous Post Next Post