মৰিগাঁও ভূৰবন্ধাত পথৰ আধাশিলা স্থাপন

মৰিগাঁও ভূৰবন্ধাত পথৰ আধাশিলা স্থাপন

শনিবাৰে মৰিগাঁওত মৰিগাঁৱৰ সদৰ বিধায়ক তথা অসম মীন অধ্যক্ষ ৰমাকান্ত ডেউৰীয়ে বহু কেইটা চৰকাৰী আচনি আধাশিলা স্থাপন কৰা লগতে মৰিগাঁও ভূৰবন্ধা সংযোগী পথৰ পৰা ভূৰবন্ধা পৰা চৰাইবাহী তেতেলি তললৈ প্ৰয় ৯ কিলোমিটাৰ এই জৰাজিৰ্ণ পথটি পুনৰ নিৰ্মাণ কৰা উদেশ্যেই আজি ভূৰবন্ধাত পথটি আধাৰ শিলা স্থাপন কৰে। অনুষ্ঠানত উপষ্ঠিত থাকে জিলা গড়কপ্তানি বিভাগৰ বিষয়া সহ বহু সংখ্যক লোক আধাৰ শিলা স্থাপন কৰি বিধায়ক গৰাকীয়ে

Post a Comment

Previous Post Next Post