শিক্ষক ধীৰেন্দ নাথ ডেকা মৃত্যুত শোকৰ চাঁ মৰিগাঁৱত

শিক্ষক ধীৰেন্দ নাথ ডেকা মৃত্যুত শোকৰ চাঁ মৰিগাঁৱত

 ভূৰবন্ধা ৯ জুলাই :::::বুধবাৰে নিশা মৰিগাঁও জিলা ভূৰবন্ধা অঞ্চলৰ সৰবৰহী ব্যক্তি তথা শিক্ষক ধিৰেন্দ্ৰ নাথ ডেকা এক বাধক্য জনিত ৰোগত মৃত্যু হয়।মৃত্যু সময়ত তেওঁ পত্নী সহ দুটি লৰা বোৱাৰি নাতি সহ পৰিয়াল বহু লোকক এৰি যায়।মৃত্যু আগমুহুত্বলৈ প্ৰয়াত ডেকা দেৱ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল।ধিৰেন্দ্ৰ নাথ ডেকা মৃত্যু বাতৰিয়ে মৰিগাঁও জিলা লগতে ভূৰবন্ধাটো শোকৰ চাঁ পেলায়।তেওঁ মৃত্যু খবৰ শুনা লগে লগে জিলা খনৰ লগতে ভূৰবন্ধা অঞ্চলৰ বিভিন্ন দল সংগ্ৰঠন ক্ৰমে ভূৰবন্ধা শাখা সাহিত্য সভা,সাংবাদিক পৰিষদ মৰিগাঁও,ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ,হিন্দু জাগৰণ মঞ্চ,নৱজ্যোতি ক্লাব,শিক্ষক সমাজ,কৰ্মচাৰী পৰিষদ,ভূৰবন্ধা কনিষ্ঠ মহাবিদ্যালয়,আঞ্চলিক ছাত্ৰ সন্থা,তিৱা যুৱ ছাত্ৰ পৰিষদ ,বৌদ্ধিক সমাজ,অসম গণ পৰিষদ,তিৱা স্বায়ত্ত পৰিষদ,ভাৰতী্য জনতা পাৰ্টি,জেষ্ঠ নাগৰিক সন্থা, মণ্ডল কংগ্ৰেছ ,ঔগুৰি মাধ্যমিক বিদ্যালয়,গৰখীয়া থান সমিতি আদিকে ধৰি প্ৰায় অৰ্ধ শতাধীক দল সংগ্ৰঠনে  তেওঁ বাসগৃহত উপষ্ঠিত হোৱা লগতে তেওঁক শেষ স্ৰদ্ধা জ্ঞাপন কৰে।

Post a Comment

Previous Post Next Post