কংগ্ৰেছ, বিজেপি,এজিপি মিলি অনাস্হা মৰিগাঁও জিলা পৰিষদত
মৰিগাঁও জিলা পৰিষদত অনাস্হা । তেৰ জনীয়া সদস্যৰে গঠিত জিলা পৰিষদ খনৰ বাৰ গৰাকী সদস্যই অনাস্হা আনিছে কংগ্ৰেছী সভানেত্ৰী মজবোন নেহাৰ বিৰুদ্ধে । কংগ্ৰেছ ,বিজেপি,এজিপি সকলোৱে মিলি মুখ্য কাৰ্য্যবাহী বিষয়া গৰাকীৰ হাতত অনাস্হা পত্ৰ অৰ্পন কৰে । পোন্ধৰ দিনৰ ভিতৰত গঠন হব নতুন সমিতি খনৰ । এই সময় চোৱাত উপ-সভানেত্ৰী গৰাকীয়ে কাৰ্য্যলয় পৰিচালনাৰ দায়িত্বভাৰ অৰ্পণ কৰে মুখ্য কাৰ্য্যবাহী বিষয়া গৰাকীয়ে । বিভিন্ন সময়ত নিজৰ ময়মতালি মতে কাম কৰি অহাৰ অভিযোগ তুলি আজি এই অনাস্হা আনে পৰিষদৰ সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে ।

Tags
অসমীয়া বাতৰি