নেৰা নেপেৰা বৰষুণ আৰু ভূটানৰ কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াৰ ফলত বৰপেটা জিলাৰ সৰুপেটা ৰাজহ চক্ৰৰ কেইবাখন গাওঁ বাঢ়নি পানীত জলমগ্ন
যোৱা কেইবাদিন ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণ আৰু ভূটানৰ কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াৰ ফলত বৰপেটা জিলাৰ সৰুপেটা ৰাজহ চক্ৰৰ কেইবাখন গাওঁ নেৰা নেপেৰা বৰষুণ ৰ বাঢ়নি পানীত জলমগ্ন হৈ পৰিছে। বেঁকী,পল্লাহ,পহুমাৰা নৈৰ সংহাৰী বানে বুৰাই পেলাইছে সৰুপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত পূব- বৰভিঠা, গাওঁ ৰ ম:আলাল উদ্দিন ৰ বিশ লাখ টকাৰ ফিচাৰি মাছ পানীৰ তলত জাহ গ'ল,সুত টকা আনি মাছৰ বেৱহায় কৰিছিল, দলোপথাৰ, আদি গাওঁকে ধৰি আঠ খন গাঁও। বেঁকী,পল্লাহ,পহুমৰা, নৈৰ বাঢ়নী পানীয়ে ইতিমধ্যে গাওঁ কেইখনৰ প্ৰতিটো পৰিয়ালৰ গৃহত পানী সোমোৱাত আতংকিত হৈ পৰিছে পৰিয়াল সমুহ । যাৰ বাবে অন্ন আৰু বাসস্থানৰ বাবে হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইফালে ওখ ভেঁটি নথকাত পশুধনলৈ নিজ ঘৰতে জলবন্দী হৈ পৰিছে । এই ক্ষেত্ৰত বৰপেটা জিলা আৰু বজালী স্থানীয় প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে বৰ্ণাত্য ৰাইজে।
অসম চৰকাৰ লৈ বিনম্ৰ অনুৰোধ জনালোঁ জাতে এই অঞ্চলৰ ৰাইজৰক সহায় সহাযোগ কৰিবল

Tags
অসমীয়া বাতৰি