meta name="facebook-domain-verification" content="2u20w3a5eu94ehyno1esmjlvzzz165" /> মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষীৰ বৃহৎ সাফল্যজব্দ কৰিলে বহু পৰিমানৰ অবৈধ সুৰা

মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষীৰ বৃহৎ সাফল্যজব্দ কৰিলে বহু পৰিমানৰ অবৈধ সুৰা

মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষীৰ বৃহৎ সাফল্যজব্দ কৰিলে বহু পৰিমানৰ  অবৈধ সুৰা


মৰিগাঁৱৰ জিলাৰ মিকিৰভেটা আৰক্ষীৰ বৃহৎ সাফল্য৷ মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপাপ্ত বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত, এছ. আই.  কিৰণ দিহিঙীয়া আৰু এ. এছ.আই. শৰৎ চন্দ্ৰ নাথৰ  অভিযান চলোৱা এটা আৰক্ষী দলে, মিকিৰভেটাৰ থানা অন্তৰ্গত হাবিবৰঙ্গা বাৰি পূৰ্ণ নাথ নামৰ এজন ব্যক্তি ঘৰত তালাচি চলাই বহু পৰিমানৰ বিদেশী অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হয় লগতে আৰক্ষী দলটোৱে ৰাজীৱ আলি নামৰ এটা মোবাইল চুৰক আটক কৰিবলৈ সক্ষ্যম হয় চুৰ টোৰ পৰা এটা চুৰি মোবাইল জব্দ কৰে আনহাতে

 পৰবৰ্ত্তী সময়ত  অবৈধ সুৰা সহ ব্যক্তি জনক আবকাৰী সহযোগত মিকিৰভেটা আৰক্ষীয়ে তদন্ত অৱ্যাহত ৰাখিছে বুলিও জানিবঁলৈ দিয়ে।


Post a Comment

Previous Post Next Post