meta name="facebook-domain-verification" content="2u20w3a5eu94ehyno1esmjlvzzz165" /> মৰিগাঁও জিলা সাংবাদিকৰ অভিনব প্ৰদক্ষেপঘৰে ঘৰে গৈ সমবদ্ধৰ্না জনালে জিলা খনলৈ গৌৰব কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰী সকলক

মৰিগাঁও জিলা সাংবাদিকৰ অভিনব প্ৰদক্ষেপঘৰে ঘৰে গৈ সমবদ্ধৰ্না জনালে জিলা খনলৈ গৌৰব কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰী সকলক

মৰিগাঁও জিলা সাংবাদিকৰ অভিনব প্ৰদক্ষেপঘৰে ঘৰে গৈ সমবদ্ধৰ্না জনালে জিলা খনলৈ গৌৰব কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰী সকলক


 মৰিগাঁও ২৭ জুন:শুক্ৰ বাৰৰ পৰা তিনিদিনীয়া কাৰ্যক্ৰমেৰে সাংবাদিক পৰিষদ অসমৰ মৰিগাঁও জিলা সমিতিয়ে ২০২০ চনৰ উচ্চ মাধ্যমিক বিদ্যালয় চুড়ান্ত পৰীক্ষাত ৯০% বা তাতোতকৈ অধিন নম্বৰ পাই মৰিগাঁও জিলা খনলৈ গৌৰব কঢ়িয়াই অনা সকলো ছাত্ৰ-ছাত্ৰীকে আদৰণী জনায়।বৰ্ত্তমান সময়ত দেখা দিয়া কৰ'না সংক্ৰামক বাবে যিহেটো চৰকাৰে কিছু নীতি নিয়মৰ মাজেৰে ইটো পিছত সিটো লকডাউন ঘোষনা কৰিছে তেনে সময়ত চৰকাৰৰ এই সিদ্ধান্তক সন্মান জনাই মৰিগাঁও  সাংবাদিক পৰিষদৰ সদস্য সকলে ঘৰে ঘৰে গৈ ছাত্ৰ ছাত্ৰী সকলক গামোচা,জাপি আৰু একোখনলৈ মানপত্ৰৰে সমবদ্ধৰ্না জ্ঞাপন কৰে।   লগতে আগলৈ এনেদৰে জিলা খনৰ গৌৰব কঢ়িয়াই আনে তাৰ বাবেও অনুৰুধ জনায়।এই সমবদ্ধৰ্না কাৰ্যক্ৰমত অংশ গ্ৰহণ কৰে জিলা সাবাদি পৰিষদৰ সভাপতি পুলিন কাকতি,সম্পাদক মিলন কাকতি,চন্দন হীৰা,কৃষ্ণ নাথ,কল্পজ্যোতি ডেকা দীপমনি হীৰা,উপদেষ্টা তুলেন মেধি নিমন্ত্ৰতিত ব্যক্তি জ্যোতি প্ৰসাদ দাস,(সভাপতি হিন্দু জাগৰণ মঞ্চ )ৰাজা মনি শইকিয়া,সভাপতি ABVP মৰিগাঁও সহ বহু কেইজন লোক।এই কাৰ্যক্ৰমত উপষ্ঠিত থাকি জিলা সাংবাদিক পৰিষদ সভাপতি পুলিন কাকতিয়ে কি কয় যে যি সকল ছাত্ৰ-ছাত্ৰীয়ে উচ্চ মাধ্যমিক বিদ্যালয় শিক্ষান্ত পৰীক্ষাত ৯০% নম্বৰ পাই উত্তীৰ্ণ হৈ মৰিগাঁও জিলালৈ গৌৰব কঢ়িয়াই অনিলে সেই সকলক আৰু অধিক উৎসাহিত কৰা লক্ষ্যৰে ঘৰে ঘৰে গৈ একোখনকৈ মানপত্ৰ এটি জাপি লগতে এখন ফুলাম গামোচাৰে সমবদ্ধৰ্না জনাই উৎসাহিত কৰে বুলিও জানিবঁলৈ দিয়ে।


আনফালে আজি সমবদ্ধৰ্না জনোৱা ছাত্ৰ ছাত্ৰী সকলেও মৰিগাঁও সাংবাদিক পৰিষদ এই কাৰ্যক্ৰমক লৈ যথেষ্ট উৎসাহিত হয় বুলি জানিবঁলৈ দিয়ে।

Post a Comment

Previous Post Next Post