মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষীৰ বৃহৎ সাফল্য
পুলিন কাকতি মৰিগাঁও ২৩ জুন:মৰিগাঁৱৰ জিলাৰ মিকিৰভেটা আৰক্ষীৰ বৃহৎ সাফল্য৷ মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপাপ্ত বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত, এছ. আই. কিৰণ দিহিঙীয়া আৰু এ. এছ.আই. শৰৎ চন্দ্ৰ নাথৰ অভিযান চলোৱা এটা আৰক্ষী দলে, মিকিৰভেটাৰ থানা অন্তৰ্গত টুমুকাবাৰী তাফজ্জল আহমেদ নামৰ এজন ব্যক্তি ঘৰত তালাচি চলাই ৪৫ টা ড্ৰাগছৰ কনটেনাৰ সহ দুটা ড্ৰাগছ পেকেটত প্ৰাই ৮৩.২৯ গ্ৰাম ড্ৰাগছ জব্দ কৰে৷ এই সামগ্ৰীখিনি এটা চাউলৰ কুকাৰত লুকুৱাই থোৱা হৈছিল ব্যক্তিজনৰ ঘৰত ৷ তাৰ লগতে ড্ৰাগছ কিনিব অহা মঃ আবুল বাহাৰ, মঃ এবাদুল হক নামৰ ব্যক্তি দুজনক মিকিৰভেটা আৰক্ষীয়ে আতক কৰে যদিও ,ড্ৰাগছ ব্যৱসায় কৰা ব্যক্তি দুজন পলায়ন কৰিবলৈ সক্ষম হয়৷ বালিজানৰ আব্দুল বাহাৰ পৰা নগদ ৫১৮২০ হাজাৰ টকা, এখন বাইক, আৰু দুটা ম'বাইলফোন জব্দ কৰে মিকিৰভেটা আৰক্ষীয়ে৷ অতিশীঘ্ৰে পলায়ন কৰা ব্যক্তি দুজনক ধৰিবলৈ মিকিৰভেটা আৰক্ষীয়ে তদন্ত অৱ্যাহত ৰাখিছে বুলিও জানিবঁলৈ দিয়ে।

Tags
অসমীয়া বাতৰি