পৰিকল্পিত ভাবে বানাক্ৰান্ত আশ্ৰয় শিবিৰ স্থাপন গোৱালপাৰা জিলা প্ৰশাসনৰ , ভূল পথে পৰিচালিত কৰিলে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক
যোৱা ২৯ মে তাৰিখে গোৱালপাৰা জিলাৰ বান পৰিস্থিতিৰ বুজ লবলৈ উপস্থিত হয় মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল , বানাক্ৰান্ত অঞ্চলৰ লগতে বানাক্ৰান্ত পৰিয়ালে আশ্ৰয় লৈ থকা শিবিৰ বোৰো পৰিদৰ্শন কৰে ।।
কিন্তু পৰিকল্পিত ভাবে শিবিৰ পাতি মূখ্যমন্ত্ৰী গৰাকীক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন হৈছে গোৱালপাৰা জিলা প্ৰশাসনৰ বিৰুদ্ধে ।।
প্ৰাপ্ত খবৰ মতে একাংশ বানাক্ৰান্ত শিবিৰত থকা লোকে পানী শুকুৱাত শিবিৰ এৰি নিজ গৃহ লৈ উভতি যায় , কিন্তু মূখ্যমন্ত্ৰী সোনোৱালৰ গোৱালপাৰা আগমন কথা জানিব পাৰি জিলা প্ৰশাসনে নিশা প্ৰায় দহ মান বজাত কেবাটাও পৰিয়ালক গাড়ীৰে আনি নতুনকৈ বানাক্ৰান্ত শিবিৰ স্থাপন কৰি মূখ্যমন্ত্ৰী গৰাকীক পৰিদৰ্শন কৰায় ।।
গোৱালপাৰা জিলা প্ৰশাসনৰ এনে কাৰ্যত চকু কপালত উঠিছে সচেতন মহলৰ ।

Tags
অসমীয়া বাতৰি