Lockdown 5.0 ৰ নিৰ্দেশনা

Lockdown 5.0 ৰ নিৰ্দেশনা

#Lockdown 5.0
  • ১ জুনৰ পৰা ৩০ জুন পৰ্যন্ত চলিব লকডাউন 5.0 ।
  • কেৱল কণ্টেইনমেণ্ট জ’নত থাকিব পূৰ্ণ লকডাউন।
  • কণ্টেইনমেণ্ট জ’নৰ বাহিৰত হ'ব পূৰ্ণ শিথিলতা।
  • ৰেষ্টুৰেণ্ট, পাৰ্লাৰ, মল আদিও খোলা ৰাখিব পাৰিব।
  • কণ্টেইনমেণ্ট জ’নৰ বাহিৰে সকলো ৰেহাই দিয়া হ'ব।
  • বিদ্যালয় সমূহ বন্ধ থাকিব।
  • নিশা ৯ বজাৰ পৰা ৰাতিপুৱা ৫ বজালৈ সান্ধ্য আইন।
  • ৰাজহুৱা ঠাইত ঠু পেলাব নোৱাৰিব।
  • সামাজিক দূৰত্ব বাধ্যতামূলক।
  • আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বন্ধ।
  • মেট্ৰৰেল, চিনেমা হ'ল খুলিব নোৱাৰিব।
  • বহু লোক একেলগে সমাবেশ ঘটাব নোৱাৰিব।
  • ধৰ্মীয় অনুষ্ঠান সমূহ খুলিব পাৰিব।

Post a Comment

Previous Post Next Post