অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষৰ গৃহ জিলা মৰিগাঁৱত ধোৱা চাঙত মীন আইন
স্বয়ং মীন উন্নয়ন নিগমৰ অধ্যক্ষ জনৰে একাংশ চেলা-চামুণ্ডাৰ দৌৰাত্ম্যৰে মৎস্য নিধ মৰিগাঁৱত । হয় কবলৈ গলে এনেদৰেই মাছৰ বংশ বৃদ্ধি কাল ছোৱাত মৰিগাঁৱৰ বিভিন্ন বিল শালত অব্যাহত আছে থলুৱা মাছৰ ধংস যজ্ঞ । এই ধংশ যজ্ঞত আহূতি ঢালিছে অধ্যক্ষৰূপী পুৰোহিত ৰমাকান্ত দেউৰীয়ে ।
হয় ঠিকেই শুনিছে আপুনি ।এই অভিযোগ আমাৰ নহয় । এই গুৰুত্বপূৰ্ণ অভিযোগ স্হানীয় বিলৰ পাৰবাসীৰ। গৰিহণা বিধায়ক তথা অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষক ।এইয়া তাৰেই দৃশ্য মৰিগাঁৱৰ মীনবিভাগৰ এখন উল্লেখযোগ্য বিল সোণডোবা পাভকাটি। উত্থাপিত অভিযোগ মতে এই বিলখনৰ পূৰ্বৰ লেছীৰ নামত অসম মীন উন্নয়ন নিগমে এক নিৰ্দেশনা যোগে দখল অব্যাহত ৰাখিছে যদিও ক্ষমতাৰ ৰাগীত অন্ধ হৈ মৰিগাঁও বিধায়ক আৰু জনৈক দাস নামৰ এজন জিলা বিজেপিৰ কৰ্মীয়ে চৰকাৰী মীন আইনক বুঢ়া আঙুলি প্ৰদশনৰে এনেদৰে সোণডোবা আৰু স্হানীয় বিলখাল ,জলাশয় সমূহত অব্যাহত ৰাখিছে থলুৱা মাছৰ নিধন যজ্ঞ । এই ক্ষেত্ৰত ধৰি আনা কপীকুলৰ লেখীয়া হৈছে মৰিগাঁও মীন বিভাগ আৰু অসম মীন উন্নয়ন নিগম লিমিটেড হৈ পৰিছে কলা আৰু বোবা।
আনহাতে স্হানীয় বিল-খাল সমূহৰ পাৰ বাসীৰ বাধাক গুৰুত্ব নিদিয়াৰ অভিযোগ সচেতন জনতাৰ।
মনকৰিবলগীয়া যে মাছৰ কণী হোৱা সময়ত তথা মৎস্যচিকাৰৰ নিষিদ্ধ সময়ত দিয়া বাধা শুনিব নিবিচাৰে ক্ষমতাৰ ৰাগীত মত্ত অসাধু মাছমৰীয়াই।

Tags
অসমীয়া বাতৰি