হাউলীৰ একাংশ যুৱকৰ পৰিৱেশ সেউজীয়া কৰি ৰখাৰ প্ৰচেষ্টা

হাউলীৰ একাংশ যুৱকৰ পৰিৱেশ সেউজীয়া কৰি ৰখাৰ প্ৰচেষ্টা


হাউলীৰ একাংশ যুৱকে পৰিৱেশ সেউজীয়া কৰি ৰখাৰ এক প্ৰচেষ্টা হাতত তুলি ধৰিছে। বৰ্তমান সময়ত  দিনে দিনে গছ-গছনি কমি  যোৱাৰ ফলত পৰিৱেশৰ ভাৰসাম্য ক্ৰমাত বিনষ্ট হৈ পৰিছে। তেনে সময়তে লকডাউনৰ সময়ত হাউলীৰ একাংশ যুৱকে ৰাস্তাৰ কাষত গছ-গছনি ৰোপন কৰি এক আলোড়নৰ সৃষ্টি কৰিছে। হাউলীৰ আৰু ইয়াৰ ওচৰৰ অঞ্চল সমূহত বিভিন্ন বৃক্ষৰোপণ কৰি সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে। যুৱক কেইজনে নিজে বাহঁৰ কাটি নিজৰ ষ্টেটৰ ধন খৰচ কৰি। গছ পুলি কিনি এই মহৎ কাৰ্য সম্পন্ন কৰি আছে।  যুৱক কেইজনৰ ভিতৰত দীপু নাথ, পুলক নাথ শিক্ষা জগতৰ লগতো জড়িত।





Post a Comment

Previous Post Next Post