যিকোনো সময়ত সংঘটিত হব পাৰে ভয়ঙ্কৰ দূৰ্ঘটনা
ৰেল বিভাগৰ গাফিলতিৰ বাবে সংকিত হৈ পৰিছে অভয়াপুৰীৰ কেৰখাবাড়ি অঞ্চল
অভয়াপুৰীৰ পৰা কেৰখাবাড়ি হৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ যোৱা পথছোৱাৰ মাজৰ ৰেল ক্ৰছিংত ৰেল বিভাগে নিৰ্মান কৰিছে টেনেল ৷ কেৰ্খাবাড়ি RUB NN 166 নম্বৰৰ ৰেলক্ৰছিঙৰ টেনেলটো এতিয়া হৈ পৰিছে মৰণফান ৷ এজাক বৰষুনতে ক্ৰছিঙ টেনেলত জমা হয় এককাল পানী ৷ যাৰ ফলত ক্ৰছিঙ টেনেলৰ মাজেৰে অহা যোৱা অসম্ভৱ হৈ পৰে ৷ ইয়াৰ ফলত কিছু লোকে ভয়ঙ্কৰ ভাবে ৰেলপথৰ ওপৰেদি মটৰচাইকেল চাইকে অহাযোৱা কৰে ৷ যাৰ বাবে যি কোনো মূহুৰ্ততে সংঘটিত হব পাৰে ভয়ঙ্কৰ দুৰ্ঘটনা ৷ কেৰ্খাবাড়িৰ RUB ক্ৰছিং টেনেলটো বাৰে ৰাইছে বহুবাৰ প্ৰতিবাদ জনাইছিল যদিও ৰেল বিভাগে আজিলৈ কোনো ধৰনৰ গুৰুত্ত দিয়া নাই ৷

Tags
অসমীয়া বাতৰি