আগন্তক বিশ্বকাপ টি-২০ক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ ICC ৰ

আগন্তক বিশ্বকাপ টি-২০ ক লৈ ডাঙৰ  সিদ্ধান্ত গ্ৰহণ ICC ৰ
News Nation Digital 24X7

কোৰোনাৰ সন্ত্ৰাসৰ বাবে সকলো ধৰণৰ আম্ত-ৰাষ্ট্ৰীয় খেল বাতিল কৰা হৈছে। আগন্তক বিশ্বকাপ টি-২০ ক লৈও সিদ্ধান্ত গ্ৰহণ কৰিছে ICC য়ে। অহা অক্টোবৰত হ'বলগীয়া ট্ৰুনামেন্ট খন বাতিল নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ICC য়ে। যোৱা  বৃহস্পতিবাৰে ICC ৰ সদস্য সকলোৰ এক টেলি কনফাৰঞ্চত অংশগ্ৰহণকৰি এই সিদ্ধান্ত গ্ৰহণ কৰে। BCCI  ৰ সচিব জয় শ্বাহে জনায় যে- পূৰ্বে নিৰ্ধাৰিত সূচী অনুসৰিয়ে অহা অক্টোবৰত আগন্তক বিশ্বকাপ টি-২০ ট্ৰুনামেন্ট খন অনুষ্ঠিত কৰা হ'ব। পৰিস্থিতি অনুসৰি পিছত কি  সিদ্ধান্ত গ্ৰহণ কৰা  হ'ব এইটো লক্ষ্যনীয় হ'ব।

Post a Comment

Previous Post Next Post