কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বানচ কৰ্তনকলৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ চৰকাৰৰ সিদ্ধান্তক তীব্ৰ সমালোচনা

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বানচ কৰ্তনকলৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ   চৰকাৰৰ সিদ্ধান্তক তীব্ৰ সমালোচনা
News Nation Digital 24X7
কোৰোনাৰ পৰিপেক্ষিতত চৰকাৰী কৰ্মচাৰীৰ সকলোৰ জুন 2021 লৈ এবছৰৰ মগৰীয়া বানচ কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে৷কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বানচ কৰ্তনকলৈ  এইবাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙে মোদী চৰকাৰৰ সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছে ।প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়- বৰ্তমান পৰিস্থিতিত কেন্দ্ৰৰ চৰকাৰী কৰ্মচাৰীক আৰ্থিকভাৱে সমস্যাত পেলোৱাটো অপ্ৰয়োজনীয় ।তেখেতে আৰু লগতে কয় – এই পৰ্যায়ত চৰকাৰী কৰ্মচাৰী আৰু সেনা বাহিনীৰ ওপৰত আৰ্থিক চাপ দিয়াৰ কোনো আৱশ্যক নাই ।

Post a Comment

Previous Post Next Post