১০০ মিটাৰ দৌৰ, ২০০ মিটাৰ দৌৰ , মাৰাথান, হাফ মাৰাথান বহুত দেখিছে।এইবাৰ আমি দেখুৱাবলৈ ওলাইছোঁ কৰোণা মাৰাথান দৌৰ প্ৰতিযোগিতা। দেশজুৰি ঘোষিত হৈ আছে লক ডাউন। লক ডাউনৰ সময়ত হাট বজাৰ বন্ধ ৰখাৰ লগতে প্ৰশাসনে নিষিদ্ধকৰণ কৰিছে জণ সমাগম।লক ডাউন অমান্য কৰি দৰঙ জিলাৰ ধুলা আৰক্ষী থানাৰ অন্তৰ্গত ওজাগাও নতুন বজাৰত আবেলি সময়ত এই দৰে দেখা যায় জনসাধাৰণৰ ভীৰ। স্থানীয় গাওঁৰক্ষী বাহিনীৰ সম্পাদকে বাৰংবাৰ নিষেধ কৰাৰ পাছতো গুৰুত্ব নাই এই সকল জনসাধাৰণৰ। ধুলা আৰক্ষীৰ দল এটা উপস্থিত হোৱাৰ লগে লগে ৰাইজৰ মাজত দেখা গল দৌৰ প্ৰতিযোগিতা।কাৰ আগত কোনে দৌৰে।চাওক খাৰুপেটীয়া পৰা আবুল হাছেমৰ এক প্ৰতিবেদন।