মৰিগাঁও তৰাণী কলবাৰি CRPF জোৱান চন্দন ডেকাৰ দুখীয়া পৰিয়াললৈ সহায়ৰ হাত

মৰিগাঁও তৰাণী কলবাৰি CRPF জোৱান চন্দন ডেকাৰ দুখীয়া পৰিয়াললৈ সহায়ৰ হাত
News Nation Digital 24X7  


দেশৰ লক্ ডাউনৰ সময়ত মহামাৰি ক'ৰণা ভাইৰাছে আতংকৰ সন্ত্ৰাস সৃষ্টি কৰা সময়তে মৰিগাঁও জিলাৰ তৰাণী কলবাৰি গাঁৱৰ নিৰ্বাসি বিণা ডেকা আৰু হৰিদেৱ ডেকা সুযোগ্য সন্তান CRPF ৰ কৰ্মৰত চন্দন নিজা প্ৰচেষ্টাৰে ২৫০ টি পৰিয়াললৈ অত্যাবশ্যকীয় খাদ্য সামগ্ৰী  বিতৰণ কৰে ৷ গাঁও খনৰ CRPF জোৱান জনে আজি তেওঁলোকে গাঁৱৰ অঞ্চলৰ ২৫০ পৰিয়াল কিছু সকাহ পোৱা উদেশ্যই এই পদক্ষেপ লয় বুলি জানিবলৈ দিয়ে।




Post a Comment

Previous Post Next Post