সুৰা প্ৰেমী সকলোৰ কাৰণে ভাল খবৰ

সুৰা প্ৰেমী সকলোৰ কাৰণে ভাল খবৰ

News Nation Digital 24X7



লকডাউনৰ বাবে বন্ধ হৈ আছে সমগ্ৰ অসম৷ লগতে বন্ধ হৈ পৰিছে সকলো দোকান পহাৰ৷ সেই একেদৰে ৰাজ্যত বন্ধ হৈ আছে সুৰাৰ বিপনী সমূহ৷ অতি সোনকালেে হয়তো ৰাজ্য চৰকাৰে খুলা দিব পাৰে সুৰাৰ বিপনী সমূহ৷ অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত ইতিমধ্যে 15 এপ্ৰিলৰ পৰা খুলা দিয়া হব সুৰাৰ বিপনী সমূহ৷ মেঘালয়ত এতিয়ালৈকে এজনো কৰনা ৰোগী ধৰাত পৰা নাই৷

Post a Comment

Previous Post Next Post