ভাৰতত ক্ৰমে সুস্থ হৈ উঠিল এহাজাৰৰ অধিক কোৰোনাক্ৰান্ত

  ভাৰতত ক্ৰমে সুস্থ হৈ উঠিল এহাজাৰৰ অধিক কোৰোনাক্ৰান্ত
News Nation Digital 24X7


 

সমগ্ৰ বিশ্ব এতিয়া কৰনাত আক্ৰান্ত৷ চৌদিশে কেৱল কৰনাৰ সন্ত্ৰাস৷ চৌদিশে ৰুদ্ধ হৈ পৰিছে জনজীৱন৷ চৈদিশে
 লকডাউন৷ ভাৰততো 21 দিনীয়া লকডাউন 30 এপ্ৰিল লৈকে বৃদ্ধি কৰা হৈছে৷ভাৰতত এতিয়া লৈকে 8897 জন 
লোক কৰনাত আক্ৰন্ত হৈছে৷ বৰ্তমান 7581 জন লোকৰ চিকিৎসা কৰি থকা হৈছে ৷আৰু ইতিমধ্যে 293 জন 
লোকৰ মৃত্যু হৈছে৷ ইয়াৰ মাজতো এক সুখবৰ যে 1023 জন লোক সুস্থ হৈ উঠিছে৷ তদুপৰি ভাৰতে বিভিন্ন দেশলৈ
ইতিমধ্যে হাইড্ৰক্ল'ৰ'কুইনাইন ৰপ্তানি কৰিছে৷

Post a Comment

Previous Post Next Post