জুবিন গাৰ্গ আচলতে মহম্মদ জিহাদ হুছেইন মুন্না হে

জুবিন গাৰ্গ আচলতে মহম্মদ জিহাদ হুছেইন মুন্না হে
News Nation Digital 24X7



জুবিন গাৰ্গ জুবিন গাৰ্গ নহয় তেওঁ আচলতে মহম্মদ জিহাদ হুছেইন মুন্নাহে৷ অসমৰ মৰমৰ শিল্পী গৰাকীৰ প্ৰকৃত সম্পূৰ্ণ  নাম মহম্মদ জিহাদ  হুছেইন মুন্না৷ এই কথা আমি কোৱা নহয় কৈছে গুগলে৷ গুগলত যেতিয়া জুবিন গাৰ্গৰ  সম্পূৰ্ণ নাম কি বুলি চাৰ্চ কৰা হ'য় তেতিয়া মৰমৰ শিল্পী গৰাকীৰ নাম মহম্মদ জিহাদ হুছেইন মুন্না দেখুৱায়৷ কিয় এনেকুৱা হৈছে এতিয়ালৈকে কাৰণ জানিব পৰা হোৱা নাই৷ হয়তো গুগলৰ কিবা কাৰিকৰীক বিজুতিৰ ফলতো হ'ব পাৰে নাইবা কোনোবা দুষ্ট চক্ৰৰ হাত থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে৷

Post a Comment

Previous Post Next Post