সোমবাৰে সুৰা বিক্ৰীত অভিলেখ গঢ়িলে অসমে

সোমবাৰে সুৰা বিক্ৰীত অভিলেখ গঢ়িলে অসমত
News Nation Digital 24X7


ৰাজ্যত সুৰাৰ বিপনী খোলা দিয়াৰ পিছতে সোমবাৰে ৰাজ্যত বিক্ৰী হ’ল ৫০ কোটিৰো অধিক টকাৰ সুৰা।অকল কামৰূপ মহানগৰতে বিক্ৰী হ’ল ৩ কোটিৰো অধিক টকাৰ সুৰা।আনহাতে যোৰহাটত ২কোটিৰো অধিক টকাৰ সুৰা বিক্ৰী হৈছে৷  ৰাতিপুৱাৰে পৰা সুৰা বিপনীৰ সন্মুখত সুৰাৰ বাবে বহু দীঘলীয়া শাৰী পাতিছিল বহু সুৰা প্ৰেমী গ্ৰাহকে।অৱশেষত সুৰাৰ অভাৱত বহু দোকান বন্ধ কৰি দিয়া হয় নিৰ্ধাৰিত সময়ৰ পূৰ্বে। অসমত এদিনতে ইমান সুৰা বিক্ৰী হোৱাত এক নতুন অভিলেখৰ সৃষ্টি হয়৷

Post a Comment

Previous Post Next Post