ছেপ্তেম্বৰৰ ভিতৰত তৈয়াৰ হৈ উঠিব কোৰোনাৰ ভেকচিন, অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ছাৰা গীলবাৰ্টৰ দাবী
কোৰোনাৰ ঔষধক লৈ সমগ্ৰ বিশ্বতে বিজ্ঞানী সকলে গৱেষণা কৰি থকা সময়ত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ছাৰা গিলবাৰ্টে দাবী কৰিছে যে অহা ছেপ্তেম্বৰৰ ভিতৰত তেওঁলোকে তৈয়াৰ কৰি উলিয়াব কোৰোনাৰ ভেকচিন৷ অতি সোনকালে মানৱ দেহত ইয়াৰ পৰীক্ষন কৰা হ'ব৷ তেওঁৰ মতে এই ভেকচিন ৮০% ই কাৰ্যকৰী হ'ব ৷ ড৹ গিলবাৰ্টে কয় যে তেওঁলোকে কাম কৰা আন প্ৰতিষেধকৰ দৰে এইবিধ প্ৰতিষেধক ও কাৰ্যকৰী হ'ব৷
ছেপ্তেম্বৰৰ ভিতৰত তৈয়াৰ হৈ উঠিব কোৰোনাৰ ভেকচিন, অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ছাৰা গীলবাৰ্টৰ দাবী
0