এবছৰলৈ বন্ধৰ সিদ্ধান্ত সকলো স্কুল- কলেজ

এবছৰলৈ বন্ধৰ সিদ্ধান্ত সকলো স্কুল- কলেজ

News Nation Digital 24X7


কোৰোনাৰ সন্ত্ৰাসৰ বাবে গোটেই বিশ্ব সংকতত৷ বন্ধ হৈ পৰিছে সকলোবোৰ ৷ বন্ধ হৈ পৰিছে স্কুল- কলেজ৷ চৰকাৰে এবছৰলৈ বন্ধৰ আদেশ দিছে সকলো স্কুল কলেজ৷ আমেৰিকা যুক্তৰাষ্ট্ৰত সকোলো ধৰণৰ স্কুল কলেজ এবছৰলৈ বন্ধ কৰাৰ সিদ্ধান্ত  গ্ৰহণ কৰিছে৷  উল্লেখযোগ্য যে এতিয়ালৈকে আমেৰিকা যুক্তৰাষ্ট্ৰত 52185 জন লোকৰ কোৰোনাত মৃত্যু হৈছে তদুপৰি প্ৰায় 10 লাখ লোক আক্ৰান্ত হৈছে৷  ভয়াবহ পৰিস্থতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ ৱাচিংটন ডিচি কে ধৰি 43 খন ৰাজ্যত জাৰি কৰা হৈছে এই আদেশ৷

Post a Comment

Previous Post Next Post