আয়ুস পাব্লিক স্কুলৰ প্ৰদৰ্শনীয় পদক্ষেপ

আয়ুস পাব্লিক স্কুলৰ প্ৰদৰ্শনীয় পদক্ষেপ


কলিয়াবৰ: কৰোনা ভাইৰাছ ৰ বিৰুদ্ধে যুঁজৰ প্ৰথম শাৰীত থকা লোক সকলক উৎসাহ আৰু কৃতজ্ঞতা জ্ঞাপন আয়ুস পাব্লিক স্কুল কৰ্তৃপক্ষৰ। কলিয়াবৰত কৰোনা বিৰুদ্ধে কৰ্মৰত আশাকৰ্মী , আৰক্ষী , আপদকালীন সেৱা আৰু সংবাদ মাধ্যমৰ কৰ্মী সকলৰ মাজত মাস্ক , হেণ্ড গ্লোব আৰু চেনিটাইজাৰ বিতৰণ কৰাৰ লগতে একোখনকৈ কৃতজ্ঞতা পত্ৰ প্ৰদান কৰে। কলিয়াবৰৰ বিভিন্ন স্থানলৈ গৈ তিনি শতাধিক কৰোনা যুঁজাৰুলৈ এনে উপহাৰ আৰু কৃতজ্ঞতা যাচিছে আয়ুস পাব্লিক স্কুল কৰ্তৃপক্ষই ।


Post a Comment

Previous Post Next Post