মৰিগাঁও কালিকাজাৰি মাইনুল হকৰ প্ৰসংসনীয় পদক্ষেপ
দেশৰ লক্ ডাউনৰ সময়ত মহামাৰি ক'ৰণা ভাইৰাছে আতংকৰ সন্ত্ৰাস সৃষ্টি কৰা সময়তে মৰিগাঁও জিলাৰ কালিকাজাৰি মাইনুল ইছলামে ৰমজান মাহৰ উপলক্ষে নিজা প্ৰচেষ্টাৰে ৪৫০ টি পৰিয়াললৈ অত্যাবশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ
কৰে ৷ গাঁও খনৰ মাইনুলৰ পৰিয়ালে আজি তেওঁলোকে গাঁৱৰ অঞ্চলৰ ৪৫০ পৰিয়াল কিছু সকাহ পোৱা উদেশ্যই এই পদক্ষেপ লয় বুলি জানিবলৈ দিয়ে।