চৰকাৰী চাকৰীয়াল সকলৰ বাবে বেয়া খবৰ
কোৰোনাৰ প্ৰভাৱৰ কাৰণে দেশত লকডাউন চলি আছে৷ যাৰ পৰিপেক্ষিতত দেশৰ অৰ্থনীতি বৰ বেয়াকৈ ক্ষতিগ্ৰস্থ হৈছে৷ আৰু ইয়াৰে ফলস্বৰূপে দেশৰ কৰ্মচাৰী সকলে ভূগিব লগা হৈছে এক চৰম পৰিনতি৷ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে এখন জাননী য'ত উল্লেখ কৰা হৈছে যে জুলাই 2020 ৰ পৰা জুলাই 2021 লৈকে কৰ্মচাৰী সকলোৰ মগৰীয়া বানচ (DA ) বৃদ্ধি কৰা নহ'ব ৷ বৰ্তমানৰ একেই ৰেটত বাহাল থাকিব জুলাই 2021 পৰ্যন্ত৷ কোৰোনাৰ বাবে দেশৰ অৰ্থ ব্যৱস্থা শোচনীয় হোৱা বাবে এই পদক্ষেপ লোৱা হৈছে বুলি জানিব পৰা গৈছে৷