আৰ্থিক সংকতৰ দিশত অসম, চাকৰিয়াল সকলোৰ বাবে বেয়া খবৰ
কোৰোনাৰ মহামাৰীৰ বাবে চলি থকা লকডাউনৰ পৰিপেক্ষিতত চৰম আৰ্থিক সংকতৰ দিশে আগবাঢ়িছে ভাৰতবৰ্ষ৷ প্ৰয়ভাগ ব্যৱসায়ীক প্ৰতিষ্ঠান লকডাউনৰ প্ৰভাৱত বন্ধ হৈ ৰোৱাত দেশত বিত্তীয় সংকতে দেখা দিব ধৰিছে৷ অসমতো ইয়াৰ প্ৰভাৱ বাৰুকৈয়ে দেখা দিছে৷ ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে অৰ্থনীতি৷ ৰাজ্যৰ চৰকাৰী বেচৰকাৰী সকোলো প্ৰতিষ্ঠানেই অৰ্থিকভাৱে দুৰ্বল হৈ পৰিছে৷ আৰু ইয়াৰ ফলত বিপদৰ সন্মুখীন হৈছে কৰ্মচাৰীবোৰ৷ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে জনায় যে ৰাজ্যিক কৰ্মচাৰীক মে মাহৰ দৰমহা হয়তো সময়মতে দিব নোৱাৰিবও পাৰে৷ লকডাউনৰ প্ৰভাৱত দৰমহা দিয়াত সমস্যাত পৰিছে চৰকাৰ৷ অহা 23 এপ্ৰিলৰ পিছতহে কব পৰা যাব চৰকাৰী কৰ্মচাৰী সকলোৰ দৰমহা দিব পৰা যাব নে নাযায়৷