i10 ৰ খুন্দাত মৃত্যু পোৱালীসহ মাতৃ সোনালী বান্দৰৰ
লকডাউনৰ মাজতে অভয়াপুৰীত শোকাবহ ঘটনা। কাকৈজানা কদমতোলাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুটাকৈ দুষ্প্ৰাপ্য সোনালী বান্দৰৰ মৃত্যু। i10 বাহনৰ খুন্দাত মৃত্যু পোৱালীসহ মাতৃ সোনালী বান্দৰৰ। ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ লওঁতেই তীব্ৰবেগী বাহনখনে মহতীয়াই নিয়ে সোনালী বান্দৰহালক। বনবিভাগে উদ্ধাৰ কৰে মৃতদেহ দুটা। দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নং AS 19H 9535