মৰিগাঁও জিলাৰ বৰবিলা গাঁৱৰ নিপুন ফাংছুৰ স্পষ্টিকৰন

মৰিগাঁও জিলাৰ বৰবিলা গাঁৱৰ নিপুন ফাংছুৰ স্পষ্টিকৰন

News Nation Digital 24X7


        কৰ'ণা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ পাছতে দেশৰ জনসাধাৰণক কৰ'ণাৰ প্ৰভাৱৰ পৰা আতঁৰাই ৰাখি সুস্থ ৰখাৰ উদ্দেশ্যেৰে বিশ্বৰ ভিন্ন দেশৰ দৰে ভাৰততো লকডাউন ঘোষণা কৰা হৈছিল। কিন্তু এই সময়ছোৱাত যাতে দেশৰ বিশেষকৈ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোক ইয়াৰ পৰা প্ৰভাৱান্বিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কিছুমান বিশেষ সাহায্যৰ মুকলি কৰিছিল।
     এই সন্দৰ্ভত আজি নিপুন ফাংচুয়ে জনায় যে যোৱা কালি  মিকিৰ গাঁও পঞ্চতৰৰ বিৰুদ্ধে এটা বাতৰি সম্পচাৰ হৈছিল য'ত মই জড়িত নথকা সত্তেয়ো বিশেষ এজন ব্যক্তিয়ে কি কাৰনত মোক উক্ত ঘটনা লগত জড়িত কৰিলে সেইটো মই জ্ঞাত নহয় ।সেইহে আজি তেওঁ এই চেনেলৰ জড়িয়তে স্পষ্টিকৰন দিয়ে।এই ক্ষেত্ৰত তেওঁ কি কয় শুনক তেওঁ মুখেৰে।

Post a Comment

Previous Post Next Post