মৰিগাঁও জিলাৰ দুই শীৰ্ষ বিষয়াক পুৰস্কিত কৰিব অসম চৰকাৰে

মৰিগাঁও জিলাৰ দুই শীৰ্ষ বিষয়াক পুৰস্কিত কৰিব অসম চৰকাৰে

এই মুহুত্বত আমাৰ দৰ্শক সকলক জনাওঁ যে নিজৰ জীৱনক তুচ্ছতাৰে নিজৰ কতব্য আৰু দায়িত্ব নিস্ঠাৰে প্ৰালন কৰা বাবে ৰাজ্য চৰকাৰে পুৰস্কিত কৰিব মৰিগাঁৱৰ উপায়ুক্ত ঋতুৰাজ বৰা আৰু আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাক ।
পুনৰ দৰ্শক সকলক জনাবঁ বিছাৰিছো এক খবৰ।মৰিগাঁও জিলা উপায়ুক্ত ঋতু ৰাজ বৰা আৰু আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই নিজৰ জীৱনক তুচ্ছতাৰে সমাজসেৱা আগবঢ়োৱাৰ বাবে ৰাজ্যচৰকাৰে পুৰস্কৃত কৰিব।

Post a Comment

Previous Post Next Post