কৰোনা ভাইৰাচৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে দিয়া লক ডাউনত বাক্সাৰ ৰূপহী ঘোৰামাৰাত অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে দুখিয়াৰ মাজত খাদ্য সামগ্ৰী বিতৰন।
সমগ্ৰ বিশ্বৰ লগতে অসমত দিয়া লক ডাউনৰ কবলত পৰি দিন হাজিৰা কৰা ব্যক্তিবোৰ বৰ্তমান চলিব নোৱাৰা অবস্থা হৈ যোৱাৰ সময়তে বাক্সা জিলাৰ ৰূপহী ঘোৰামাৰাৰ চাউল ডালি মিঠাতেল নিমখ আলু আদি বিতৰন কৰে মাইনাও আত্ম সহায়ক গোট আৰু অনছাই আফাদে ।