দুঃখৱৰঃ কোৰোনাত আক্ৰান্ত হৈ মৃত্যু পাকিস্তানী ক্ৰিকেট খেলুৱৈৰ

দুঃখৱৰঃ কোৰোনাত আক্ৰান্ত হৈ মৃত্যু পাকিস্তানী ক্ৰিকেট খেলুৱৈৰ
News Nation Digital 24X7



কোৰোনাত আক্ৰান্ত হৈ অকাল মৃত্যু হল পাকিস্তানৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলুৱৈ জাফৰ চাৰফাৰাজৰ৷ চাৰফাৰাজৰ দেহত যোৱা মঙ্গলবাৰে কোৰোনাৰ উপস্থিতি ধৰা পৰিছিল৷  খেলুৱৈগৰাকী যোৱা তিনিদিন ধৰি পেছাৱাৰৰ লেডী ৰিদিং চিকিৎসালয়ত ICU ৰখা হৈছিল৷ ৫০ বছৰীয়া তাৰকা খেলুৱৈ গৰাকীয়ে ১৯৮৮ চনৰ পৰা ১৯৯২ চনলৈ পাকিস্তানৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলিছিল৷ 2000 চনত পেচাৱাৰ under-19 দলৰ কোচ হিচাপে নিয়েজিত হৈছিল খেলুৱৈ গৰাকী৷ তেখেতৰ মৃত্যুত সমগ্ৰ ক্ৰিকেট জগত শোকত ভাগি পৰিছে৷

Post a Comment

Previous Post Next Post