হাইড্ৰক্ল'ৰ'কুইনৰ বাবে আমেৰিকাই ভাৰতবৰ্ষক দিলে এই উপহাৰ
সমগ্ৰ বিশ্বতে কোৰনা মহামাৰীয়ে আতংকময় পৰিবেন সৃষ্টি কৰিছে৷ আমেৰিকা যুক্তৰাষ্ট্ৰত কোৰোনাাই বৰ বেযযাকৈ প্ৰভাৱ বিস্তাৰ কৰিছে৷ কেইদিনমান আগতে আমেৰিকাই ভাৰতৰ পৰা সহায় বিছাৰি হাইড্ৰ'ক্ল'ৰ'কুইন বিছাৰিচিল৷ ভাৰতেও সহায়ক হিচাপে পঠাইছিল ঔষধ৷ ইয়াৰ পিছত ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰত আৰু আমাৰ প্ৰধানমন্ত্ৰীৰ প্ৰসংসাৰে উপচাই পেলায়৷ এইবাৰ ভাৰতক আমেৰিকাই উপহাৰ হিচাপে দিব হাৰপুন ব্লক 2 এয়াৰ লাঞ্চাৰ মিচাইল৷ সোমবাৰে আমেৰিকাৰ সংসদে কয় যে 155 মিলিয়ন ডলাৰৰ চুক্তি হিচাপে ভাৰতক হাৰপুন ব্লক 2 এয়াৰ মিচাইল আৰু টৰপিডো দিব৷ এই চুক্তি অনুসৰি 90 মিলিয়ন ডলাৰৰ 10 টা AGM-84L হাৰপুন 2 এয়াৰ মিচাইল আৰু 65 মিলিয়ন ডলাৰৰ 16টা ML54 Round Torpido আৰু 3 টা Exesize Torpido দিয়া হব৷ আমেৰিকাৰ ৰক্ষা বিভাগৰ ফালৰ পৰা সদৰী কৰা হৈছে যে ভাৰতে ইয়াৰ কাৰনে আপিল কৰিছিল আৰু আমেৰিকাই ভাৰতৰ পৰা পোৱা সহায়ৰ বাবে ইয়াৰ মজ্ঞুৰি দিছে৷ হাৰপুন মিচাইল ৰ দ্বাৰ ভাৰতীয় সমুদ্ৰ আৰু অধিক শক্তিশালী হৈ উঠিব৷
জানিব পৰা অনুসৰি বয়িং কোম্পানীয়ে হাৰপুন মিচাইল আৰু ৰেথিয়ন কোম্পানীয়ে টৰপিডো খিনি বনোৱাৰ দায়িত্ব গ্ৰহন কৰিব৷