কেনেকুৱা অৱস্থাত বৰ্তমান ভাৰতবৰ্ষ?

কেনেকুৱা অৱস্থাত বৰ্তমান ভাৰতবৰ্ষ?

চৌদি আৰৱৰ তেলৰ অহংকাৰ , আমেৰিকাৰ ডলাৰৰ অহংকাৰ , ডুবাইৰ সোণৰ অহংকাৰ , সকলো বৰ্তমান  মাটিৰ লগত মিলিব ধৰিছে ।।
এই সময়ত যাৰ হাতত খাদ্যৰ ভঁৰাল আছে , সিয়েই ধনী ।  বহুত সোনকালে এইবোৰ দেশে ভাৰতক খাদ্য খুজিব লাগিব । 

এইটো লাল বাহাদুৰ শাস্ত্ৰীৰ  সপোন আছিল ।  সেই সময়ত ভাৰতত দুৰ্ভিক্ষই দেখা দিয়াত আমেৰিকাৰ পৰা  ৰঙা ঘেঁহু পঠাইছিল । যি ঘেঁহু জন্তুৱে খাব নোৱাৰে , সেই ঘেঁহু ভাৰতত পঠাইছিল ।  পাকিস্তানে ভাৰত আক্ৰমণ কৰাত আমেৰিকাই ভাৰতক ধমকি দিছিল যে যদি পাকিস্তানক প্ৰত্যাক্ৰমমন  কৰে ভাৰতে , তেতিয়া ঘেঁহু দিয়া বন্ধ কৰিব । লাল বাহাদুৰ শাস্ত্ৰীয় গোটেই ভাৰতৰ কৃষক আৰু সেনা সকলক উদ্দেশ্যি ' জয় জৱান , জয় কিষান'   বুলি কৈ খেতিয়ক আৰু সেনাবাহিনীৰ মনোবল বৃদ্ধি কৰিছিল ।  
ভাৰতৰ নাগৰিকক উদ্দেশ্যি  শাস্ত্ৰীয়ে সপ্তাহত এদিন উপবাস থাকিবলৈ অনুৰোধ কৰিছিল । 

ৰাইজে তাকেই কৰিছিল ।   শাস্ত্ৰীয়ে নিজেও সপ্তাহত এদিন উপবাস আছিল ।  সেনাবাহিনীয়ে কৰাচিলৈ খেদি পঠিয়াইছিল পাকিস্তানক ।
লগতে কৃষকৰ উৎপাদন আগতকৈ দুগুণ হৈছিল । 
আমেৰিকাক শাস্ত্ৰীয়ে কৈছিল যে এদিন খাদ্যৰ বাবে ভাৰতক হাত পাতিব লাগিব আমেৰিকাই । 
আৰু বহুত সোনকালে সেই দিন আহি আছে । 
ইতিমধ্যে আফ্ৰিকাৰ দেশ সমূহত ঠায়ে ঠায়ে  super market সমূহত  লুটপাত আৰম্ভ হৈ গৈছে । বহুত সোনকালে আমেৰিকাটো তেনেকুৱা হোৱা  শুনা পাব ।

আৰৱৰ দেশসমূহত তেলৰ বাহিৰে একো নহয় । তেল বৰ্তমান মূল্যহীন হৈ গৈছে । বহুত সোনকালে ভাৰতৰ ওচৰত খাদ্যৰ বাবে হাত  পাতিব লাগিব ।  

বৰ্তমানলৈ ভাৰতত প্ৰচুৰ পৰিমাণে খাদ্যসামগ্রী মজুত আছে । 20 তাৰিখৰ পিছত খেতিয়কসকলেও পথাৰত কাম কৰিব পাৰিব বুলি অনুমতি দিছে ।  কিন্তু আমেৰিকা , ব্ৰিটেইন , স্পেইন , ইটালী , আৰবীয় দেশ সমূহৰ বহুত বেয়া দুৰ্গতি হব গৈ আছে ।

Post a Comment

Previous Post Next Post