ডিম্বেশ্বৰ দলে, কোন এই ডিম্বেশ্বৰ দলে
ডিম্বেশ্বৰ দলে এটা নাম আৰু এজন সুঠাম যুৱক৷ ভাৰতৰ এজন আন্তঃৰাষ্ট্ৰীয় কাৰাটে খেলুৱৈ৷ অসমৰ লক্ষীমপুৰৰ বগীনদী নিৱাশী ডিম্বেশ্বৰ দলে যোৱা বছৰ নেপালত হৈ যোৱা নবেল আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে৷ তেখেতে দেৰগাওঁৰ খঙীয়া অফ ষ্টাইল একাদেমীৰ প্ৰশিক্ষক সঞ্জীব বৰাৰ পৰা প্ৰশিক্ষণ লৈ আছে৷