মৰিগাঁও বিশিষ্ট ৰাজনৈতিক তথা অসমীয়া ছবি পৰিচালক বানি কান্ত দাসৰ প্ৰসংসনীয় পদক্ষেপ
দেশৰ লক্ ডাউনৰ সময়ত মহামাৰি ক'ৰণা ভাইৰাছে আতংকৰ সন্ত্ৰাস সৃষ্টি কৰা সময়তে মৰিগাঁও জিলাৰ ইণ্ডান গ্ৰেছ এজেঞ্চি স্বতাধিকাৰি লগতে অসমীয়া চিনেমা পৰিচালক বানি কান্ত দাসৰ লগতে তেওঁ পৰিয়ালে নিজা প্ৰচেষ্টাৰে ভূৰবন্ধা অঞ্চলৰ ৰিক্সা চালক,ঠেলা চালক সকলৰ লগতে অঞ্চল দুখীয়া তথা সাধাৰণ ৰাইজক অত্যাবশ্যকীয় খাদ্য সামগ্ৰী বিতৰণৰ পদক্ষেপ গ্ৰহণ কৰে ৷ বিশিষ্ট ব্যক্তি জনৰ পৰিয়ালে আজি অঞ্চলৰ বহু কেইটা পৰিয়াললৈ কিছু সকাহ পোৱা উদেশ্যই এই পদক্ষেপ লয় বুলি জানিবলৈ দিয়ে।এই ক্ষেত্ৰত তেখেতৰ ভাতৃ তথা মৰিগাঁও সচেতন যুবক প্ৰনৱ দাসক এই সন্দৰ্ভত জানিবঁ বিছৰাত তেওঁ কি কয় শুনক।