কলিয়াবৰ নলতলিত হৰিণ পোৱালী উদ্ধাৰ
কলিয়াবৰ নলতলিত এটা হৰিণ পোৱালী উদ্ধাৰ কৰে ভদ্ৰ নাথ নামৰ লোকজনে৷ হৰিণ পোবালীটো খাদ্য বিচাৰি আহি থকাৰ অবস্থাত কুকুৰে খেদি অহা দেখিবলৈ পায় ভদ্ৰ নাথ নামৰ লোকজনে সেই কাৰ্য দেখি লোকজনে ততাতয়াকৈ হৰিণ পোৱালীটো উদ্ধাৰ কৰে ৷হৰিণ পোৱালী টো উদ্ধাৰ কৰি শিলঘাট বন বিভাগ খবৰ দিয়াত তেওলোক আহি হৰিণ পোৱালীটো কামাখ্যা পাহাৰত এৰি দিয়ে৷