কোৰোনাত মৃত্যু মেঘালয়ৰ বেথানী হস্পাতালৰ স্বত্বাধিকাৰীৰ

কোৰোনাত মৃত্যু মেঘালয়ৰ বেথানী হস্পাতালৰ স্বত্বাধিকাৰীৰ.
News Nation digital 24X7


মেঘালয়ৰ বেথানী হস্পাতালৰ স্বত্বাধিকাৰী ড. জন এল ছাইলো ৰিন্টাথিয়াঙৰ  কোৰোনাত আক্ৰান্ত হৈ আজি পুৱতিনিশা 02:55 বজাত মৃত্যু হয়। 69 বছৰীয়া ড.  ৰিন্টাথিয়াঙৰ দেহত যোৱাকালি ধৰাল পৰিছিল COVID-19 ৰ উপস্থিতি।  ড.  ৰিন্টাথিয়াঙ কোৰোনাত আক্ৰান্ত হৈ  মৃত্যু  হোৱা মেঘালয়ৰ প্ৰথম ব্যক্তি। মেঘালয়ৰ স্বাস্থ্য বিভাগে জনায় যে বেথানী হস্পাতাল খন কোৱাৰানটাইন কেম্পলৈ পৰিণত কৰা হ'ব।

Post a Comment

Previous Post Next Post