মৰিগাঁৱৰ এখন ভিতৰুৱা গাঁৱত দুগৰাকী শিক্ষয়িত্ৰীৰ সহায়ৰ হাত, সামাজিক দুৰত্বৰ বজাই বিতৰন কৰিলে খাদ্য বস্তু
মৰিগাঁও জিলাৰ বুঢা ৰহধলা নামৰ এখন ভিতৰুৱা গাঁৱৰ মাত্ৰ দুগৰাকী চৰকাৰী চাকৰিয়াল ৷ শিক্ষয়িত্ৰী মফিদা আহমেদ আৰু চয়দা আখাৰা আহমেদ দুয়োগৰাকী আকৌ এগৰাকী আনগৰাকীৰ ভগ্নী৷ লগডাউনৰ ফলত গাঁও খনৰ খাদ্য বস্তু অভাৱত থকা ১০০ টা পৰিয়াললৈ দুয়োগৰাকীয়ে সহায়ৰ হাত আগবঢ়াই৷ দালী, মিঠাতেল, আলুকে ধৰি বহু কেইবিধ অত্যাৱশ্যকীয় সামগ্ৰী আগবঢ়াই শিক্ষয়িত্ৰী দুগৰাকীয়ে৷ আনহাতে তেওঁলোকে সমপূৰ্ণৰূপে সামাজিক দূৰত্ব বজাই সুন্দৰ কৈ চিহ্ন দি ৰাইজক শাৰী শাৰীকৈ শৃংখলাবদ্ধ ভাৱে বিতৰণ কৰা দেখিবলৈ পোৱা গ’ল৷