লকডাউনৰ মাজতে মৰিগাঁৱৰ ভূৰবন্ধাস্থিত কড়চুং সত্ৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন
সমগ্ৰ দেশতে বৰ্তমান কৰ'ণাৰ আটংক অব্যাহত থকাৰ সময়তে মৰিগাঁৱৰ ভূৰবন্ধাত উদযাপন শ্ৰীকৃষ্ণৰ শ্ৰী কড়চুং সত্ৰৰ প্ৰতিষ্ঠা দিবস। দেশৰ প্ৰধান মন্ত্ৰী নিৰ্দেশ মৰ্মে দ্বিতীয় পৰ্যায়ৰ লক ডাউন অব্যাহত যদিও তাৰ মাজতে লক ডাউনৰ নীতি নিয়ম বজাই ৰাখি মৰিগাঁৱৰ কড়চুং সত্ৰত সত্ৰৰ পৰম্পৰা আৰু প্ৰচলিত ৰীতিমতে সন্ধিয়া ভাগত সীমিত সংখ্যক ভকত বৈষ্ণৱৰ উপস্থিতিত উদযাপন কৰে প্ৰতিষ্ঠা দিৱসটো। সত্ৰপৰিচালনা সমিতিৰ সভাপতি বিলাহ কাকতিৰ লগতে সত্ৰাধিকাৰ লোহিত গোশ্চামীয়ে জানিবলৈ দিয়া মতে এইবাৰ কৰ'ণাটংকৰ বাবে মাত্ৰ ৫ জন ভকতে মিলি পাঠ পঢ়ে লগতে গধুলি সমগ্ৰ বিশ্ব পৰা যাতে কৰ'ণা নিপিত যিয় সেই কামনাৰে দশক তথা বিশ্ব বাসী যাতে কৰ'ণা মহামাৰী মুক্তি লভে সেইবাবে বন্তি প্ৰজ্বলনৰে উদযাপন কৰিলে ন বহাগৰ দিনটোত প্ৰতিষ্ঠা দিবস টো । দিৱস৷