কি কি কলে প্ৰধানমন্ত্ৰীয়ে, লকডাউন 2.0
- লকডাউন মানি চলাৰ কাৰণে সকো দেশবাসীক ধন্যবাদ জনায়৷
- ৩ এপ্ৰিল লৈকে লক ডাউন বৃদ্ধি৷
- 20 এপ্ৰিললৈকে সকলোবোৰ ক্ষেত্ৰৰ পৰ্যবেক্ষন কৰা হব৷
- দেশত 200 টা পৰীক্ষা কেন্দ্ৰত কোৰোনা পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈচে৷
- ঘৰৰ পৰা বাহিৰত ওলেৱাৰ নিয়ম আৰু কোঠৰ হব পাৰে
- বৃদ্ধ সকলৰ প্ৰতি অধিক ধ্যান দিবলৈ কোৱা হৈছে৷
- দেশত পযাপ্ত পৰিমানৰ সামগ্ৰী মজুত আছে৷
- সাতটা কথা মানি চলিবলৈ কোৱা হৈছে৷
- দেশৰ ডেকাচামক কোৰোনাৰ যুজত অধিক পৰিমানে নিজৰ সামৰ্থ অনুযায়ী নিজ বৰঙণি দিবলৈ অনুৰোধ কৰিছে৷