meta name="facebook-domain-verification" content="2u20w3a5eu94ehyno1esmjlvzzz165" /> ৰাষ্ট্ৰীয় পোষণ যাহৰ ৩০ চেপ্টেম্বৰত ৰাজ্যিক পৰ্যায়ৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় তীৰ্থনগৰী হাজোৰ কুলহাটীত

ৰাষ্ট্ৰীয় পোষণ যাহৰ ৩০ চেপ্টেম্বৰত ৰাজ্যিক পৰ্যায়ৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় তীৰ্থনগৰী হাজোৰ কুলহাটীত

  ৰাষ্ট্ৰীয় পোষণ যাহৰ ৩০  চেপ্টেম্বৰত ৰাজ্যিক পৰ্যায়ৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়   তীৰ্থনগৰী হাজোৰ কুলহাটীত  



ৰাষ্ট্ৰীয় পোষণ যাহৰ ৩০  চেপ্টেম্বৰত ৰাজ্যিক পৰ্যায়ৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়   তীৰ্থনগৰী হাজোৰ কুলহাটীত  কুলহাটী দুৰ্গামন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত সামৰণি অনুষ্ঠানত উপস্থিত  থাকে সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলাৰানী ব্ৰহ্মই । শিশুৰ পুষ্টিহীনতা দূৰ কৰি এখন সৰ্বাঙ্গসুন্দৰ সমাজ গঠন কৰা এই পোষণ মাহৰ মূন লক্ষ্য । এই উদ্দেশ্যৰে প্ৰতি বছৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চেপ্টেম্বৰ মাহটো পোষণ মাহ হিচাপে ঘোষণা কৰিছিল ।  ইয়াৰ পিছৰে পৰা প্ৰতিবছৰে চেপ্টেম্বৰৰ মাহটো পোষণ মাহ হিচাপে সমাজ কল্যাণ বিভাগে  পালন কৰি আহিছে ।কভিড প্ৰট'কল মানি অনুষ্ঠিত কৰা সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেষ গোস্বামী, হাজোৰ বিধায়িকা তথা অসম চলচ্চিত্ৰ বিত্তীয় নিগমৰ অধ্যক্ষ সুমন হৰিপ্ৰিয়া উপস্থিত থাকি অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী -সহায়িকাক Super Mother আখ্যা দিয়ে ।  শীঘ্ৰে চলচ্চিত্ৰ উদ্যোগটোক  ত্বৰাম্বিত কৰাৰ বাবে সকলোধৰণৰ উদ্যোগ লোৱা হব বুলিও সাংবাদিকক জানিবলৈ দিয়ে সুমন হৰিপ্ৰিয়াই । অনুষ্ঠানটো গীত-মাতেৰে মুখৰ কৰি তোলে কৰ্মী-সহায়িকা সকলে ।


Post a Comment

Previous Post Next Post