meta name="facebook-domain-verification" content="2u20w3a5eu94ehyno1esmjlvzzz165" /> অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান মৰিগাঁও বিকলাঙ্গ সন্থা

অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান মৰিগাঁও বিকলাঙ্গ সন্থা

অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান মৰিগাঁও বিকলাঙ্গ সন্থা


মঙ্গল বাৰে মৰিগাঁও বিকলাঙ্গ সন্থাই দিব্যাংগ সকলৰ স্বনিৰ্ভশীলতা তথা সুস্বাস্থ্যৰ বাবে সমস্যা হৈ থকা প্ৰায় ১২ টি দাবীৰে এক স্মৰক মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।মৰিগাঁও জিলা বিকলাঙ্গ সমিতি্যে প্ৰদান কৰা এই স্মাৰক পত্ৰখন মৰিগাঁও জিলা উপায়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰে।স্মাৰক পত্ৰ প্ৰেৰণ কৰি জিলা বিকলাঙ্গ সমিতি সম্পাদক গৰাকীয়ে কয় ।১৯৮৭ চনতে জন্ম লাভ কৰা সন্থাটোয়ে মৰিগাঁও দিব্যাংগ সকলৰ কল্যানৰ হকে বিভিন্ন প্ৰচেষ্টা অব্যাহত ৰাখিছে লগতে দিব্যাংগসকলৰ ন্যায্য প্ৰাপ্তিৰ বাবে চৰকাৰৰ ওচৰত সন্থাৰ দাবী চনদসমুহ সযোৰে উত্থাপন কৰি আহিছে।কিন্তু আজি তাৰিখত চৰকাৰে এই ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ নকৰাত তেওঁলোকে আজি পুনৰ এক স্মাৰক পত্ৰ অৰ্পণ কৰে।এই দাবী সমুহ অতি সোনকালে পুৰণ নকৰিলে অনাগত দিনত তিব্য আন্দোলন গঢ়ি তুলিব বুলি মন্তব্য কৰে।

Post a Comment

Previous Post Next Post