ভূৰবন্ধা থানাগড়াত ৰাইজে আবদ্ধ কৰিল দুৰ্দ্দান্ত প্ৰেমিক দিলদাৰক

ভূৰবন্ধা থানাগড়াত ৰাইজে আবদ্ধ কৰিল দুৰ্দ্দান্ত প্ৰেমিক দিলদাৰক


ৰবিবাৰে মৰিগাঁও জিলা সদৰ থানা অন্তৰ্গত ভূৰবন্ধা থানাগড়াত দিলদাৰ নামৰ এই যুবক জনক ৰাইজে আবদ্ধ কৰি ৰাখে।জানিবঁ পৰা যায় যে এইজন দিলদাৰে  আজিৰ পৰা তিনিদিন আগত এগৰাকী বিয়া কৰাই পুনৰ আজি এগৰাকী কিশোৰীক পলোভনেৰে নিয়া চেষ্টা কৰাত ৰাইজে এই ধুৰন্ধৰ দিলদাৰক আবদ্ধ  কৰি ৰাখি আৰক্ষীক খবৰ দিয়ে।পৰবৰ্ত্তী সময়ত আৰক্ষী আহি ধুৰন্ধৰ দিলদাৰক আটক কৰা লগতে তেওঁ সহযোগী এজনকো আটক কৰি লৈ যায়।লগতে কিশোৰী গৰাকীকো শুধ পোছৰ বাবে আৰক্ষীয়ে লৈ যায়।

Post a Comment

Previous Post Next Post